World Environment Day
বিশ্ব পৰিবেশ দিৱসঃ
°°°°°°°°°°°°°°°°°°°°°
পশ্চিম বৰাগাঁৱস্থিত আপোন ঘৰ ডে কেয়াৰ চেন্টাৰ অসম ন্যাসৰ উদ্যোগত আৰু অসম বৃদ্ধ নিবাসৰ সহযোগত অহা ৫ জুন ২০২৬ তাৰিখে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰাৰ যো-জা কৰা হৈছে। উক্ত অনুষ্ঠানটোত যদি কোনো ব্যক্তি বা প্ৰতিষ্ঠানে বৃক্ষৰোপণৰ দৰে কিবা কাৰ্য্যসূচীৰ মনস্থ কৰিছে তেন্তে আমি তেখেত সকলক বিনম্ৰতাৰে স্বাগতম জনাইছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰাৰ লগতে ইয়াৰ আৱাসীসকলকো কৃতাৰ্থ কৰিব। সদাশয় ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।
সম্পাদক
পোনাকণ দাস।
আপোন ঘৰ ডে কেয়াৰ চেন্টাৰ অসম। ১জুন২০২৬
যোগাযোগঃ9854376168/
8638397828
Join Our Next Activity
Be part of our community and make a difference through meaningful activities and events.